“শকত হোৱাতো কিমান বিপদজনক ?”
এনে এটা সময় আছিল যেতিয়া ঘৰৰ ল’ৰাটো বা ছোৱালীজনী শকত বা নোদোকা হোৱাটো সকলোৱে বিচাৰিছিল। কিন্তু আধুনিক জীৱন যাপনৰ শৈলী আঁকোৱালি লৈ সময়ৰ সৈতে খোজ মিলাবলৈ যাওঁতে আমাৰ মাজত এতিয়া ক্ৰমাৎ গঢ় লৈ উঠিছে এক আধুনিক ব্যাধি- মেদবহুলতা (obesity)। দেহত যেতিয়া চৰ্বি ইমান বেছি পৰিমাণে জমা হয় যে সি শৰীৰত পাৰ্শ্ব ক্ৰিয়া দেখুৱাবলৈ আৰম্ভ কৰে, তাকে মেদবহুলতা বুলি কোৱা হয়। ই বৰ্তমানৰ …